মুছলমানে তিৰোতা বেশেৰে আহি হিন্দুৰ…
তেতিয়া কামৰূপৰ অধিশ্বৰ খেন বংশৰ নীলাম্বৰ। ইতিমধ্যে এই বংশৰ দিনতেই প্ৰথমে বকটিয়াৰ খিলজী (১২০৪ চন), চুবেদাৰ গিয়াচুদ্দিনে ২য়বাৰ(১২২৮খ্ৰীঃ) আৰু ৩য়বাৰ ইখটীয়াৰ উদ্দিন মল্লিক যুজবেক(১২৫৬-৫৭)য়ে কামৰূপ আক্ৰমণ কৰিও সফল হ'ব পৰা নাছিল। ১ম, ২য়!-->…